danewsplus.com
danewsplus.com

১৭ বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ ফুটবলৰ মেছকট উন্মোচন,ভাৰতত ২০২২ চনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা

0 372

ডিজিটেল ডেক্সঃ ভাৰতত ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনুৰ্ধব মহিলা বিশ্বকাপ ফুটবলৰ মেছকট উন্মোচন৷ ফিফাৰ কৰ্মকৰ্তাই নতুন দিল্লীত সোমবাৰে উন্মোচন কৰে এই মেছকট৷ মেছকটটোৰ নাম দিয়া হৈছে ‘ইভা’৷

ইভা হৈছে এজনী এছিয়ান সিংহীনি৷ মহিলা শক্তিক প্ৰতিনিধিত্ব কৰিছে এই ইভাই৷ মেগা প্ৰতিযোগিতাখন ২০২২ৰ ১১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ’ব৷

Leave A Reply

Your email address will not be published.