danewsplus.com
danewsplus.com

পলমকৈ কাৰ্যালয়লৈ আহিলে হেৰুৱাব আপোনাৰ চৰকাৰী চাকৰি!

0 651

ডিজিটেল ডেস্ক: পল্টনবজাৰৰ ASTCত পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ চাডেন ভিজিট৷ পৰিবহণ বিভাগৰ দায়িত্ব পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ASTCৰ মুখ্য কাৰ্যালয়ত উপস্থিত মন্ত্ৰীগৰাকী৷

পল্টনৰ ASTCৰ কাৰ্যালয়ত চাডেন ভিজিট দি বিমুখ মন্ত্ৰী পৰিমল শুক্লবৈদ্য!

কাৰ্যালয়টোৰ কেইবাখনো টেবুলত বিষয়ববীয়াক নেদেখি হতভম্ভ মন্ত্ৰীগৰাকী৷ পলমকৈ কাৰ্যালয়লৈ অহা কৰ্মচাৰীৰ হিচাপ ল’লে মন্ত্ৰী শুক্লবৈদ্যই৷

আবেদন নিদিয়াকৈয়ে ছুটি লোৱা কৰ্মচাৰীৰ হৈ মাত মাতি ধমক খালে পৰিচালন সঞ্চালকেও৷ কাৰ্যালয়ৰ পৰাই নিজৰ ফোনেৰে ছুটীত থকা কৰ্মচাৰীলৈও ফোন কৰিলে মন্ত্ৰীজনে৷ কৰ্মচাৰীসকলৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগেত শীৰ্ষ বিষয়াৰ সৈতে এখন বৈঠকতো মিলিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷

Leave A Reply

Your email address will not be published.