danewsplus.com
danewsplus.com

৫০০ৰো অধিক ছবিত অভিনয় কৰা নেডুমুদী ভেনুৰ মৃত্য়ু

0 220

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্তক অভিনেতা নেডুমুদী ভেনুৰ মৃত্য়ু । সোমবাৰে থিৰুৱন্তপুৰমৰ এখন ব্য়ক্তিগত চিকিৎসালয়ত মৃত্য়ু হয় জনপ্ৰিয় অভিনেতা গৰাকীৰ । মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ । অভিনেতা গৰাকীয়ে কিছুদিন পূৰ্বে ক’ৰোনাৰ পৰা মুক্ত হৈ উঠিছিল যদিও পিছলৈ তেওঁৰ শাৰীৰিক অৱস্থাৰ অবনতি ঘটিছিল ।

উল্লেখ্য় যে, এই অভিনেতা জনে ৫০০ ৰো অধিক তামিল আৰু মালায়ালম ছবিত অভিনয় কৰিছিল । অভিনয়ৰ জৰিয়তে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল নেডুমুদী ভেনুৱে ।

Leave A Reply

Your email address will not be published.