danewsplus.com
danewsplus.com

উচ্চ প্ৰাৱল্যৰ আতচবাজী ফুটালে এতিয়া আপুনি পৰিব বিপদত

0 116

ডিজিটেল ডেস্কঃ উচ্চ প্ৰাৱল্যৰ আতচবাজী ফুটালে এতিয়া আপুনি পৰিব বিপদত। নিজে ফুৰ্টি কৰিলেও কোনো লোকে আনক অশান্তি দিব নোৱাৰিব। এইক্ষেত্ৰত বিশেষ নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসনৰ। আনহাতে সুৰা পায়ী সকলক লৈও কঠোৰ হ’ব যোৰহাট আৰক্ষী।

আৰক্ষীয়ে সুৰাপান কৰি বাহন চলালে বিহিব জৰিমনা। দীপাৱলীৰ সময়ত সুৰা প্ৰাণ কৰি যান বাহন চলাবলৈ আহ্বান যোৰহাট আৰক্ষীৰ। দীপাৱলীৰ বতৰত যোৰহাটত শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান জিলা আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ।

Leave A Reply

Your email address will not be published.