danewsplus.com
danewsplus.com

‘মুছলমানে বেয়া কাম নকৰে, যদি বেয়া কাম কৰে সেয়া হিন্দুৱে কৰে’, তাৰ পিছত…

0 1,274

ডিজিটেল ডেস্কঃ জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লাই লাভ কৰিলে জামিন। কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। সাম্প্ৰদায়িক মন্তব্য কৰি দিছপুৰ আৰক্ষীৰ জালত পৰিছিল বিধায়কগৰাকী। ১০ হাজাৰ PR ব’ণ্ডত জামিন মঞ্জুৰ মোল্লাৰ৷

সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল কংগ্ৰেছ বিধায়কগৰাকী। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মোল্লাক। সাম্প্ৰদায়িক, বিতৰ্কিত মন্তব্য কৰিছিল মোল্লাই। নামঘৰীয়াই কুকাণ্ড কৰা বুলিও মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে। বিধায়কগৰাকীয়ে কৈছিল, ‘মুছলমানে বেয়া কাম নকৰে, যদি বেয়া কাম কৰে সেয়া হিন্দুৱে কৰে।’

Leave A Reply

Your email address will not be published.