danewsplus.com
danewsplus.com

বিশ্বত জিলিকিছে অসমৰ খেলুৱৈ

0 131
  • আজিৰে পৰা ৪ৰ্থ এছিয়ান খো-খো চেম্পিয়নশ্বিপ
  • তামুলপুৰত অনুষ্ঠিত হৈছে ৪ৰ্থ এছিয়ান খো-খো
  • মুঠ ৯খন দেশৰ অংশগ্ৰহণ খো-খো চেম্পিয়নশ্বিপত
  • ভাৰতৰ পুৰুষ-মহিলা দুয়ো দলতে অসমৰ খেলুৱৈ
  • মহিলা দলত স্থান লাভ তামুলপুৰৰ ৰঞ্জনা শৰণীয়াৰ
  • পুৰুষ দলত স্থান লাভ সোণাপুৰৰ তীৰ্থ ডেকাৰ
  • পুৰুষ-মহিলাৰ মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিব খেলত
  • ভাৰতীয় খো খোৰ সভাপতি, সম্পাদকৰ অংশগ্ৰহণ
  • উপস্থিত BTC প্ৰধান প্ৰমোদ বড়ো
  • প্ৰথম দিনটোত ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ খেল
  • প্ৰতিদিনে অনুষ্ঠিত হ’ব মুঠ ৮খনকৈ খেল
  • ২৩ মাৰ্চত অনুষ্ঠিত হ’ব ছেমি ফাইনেল, ফাইনেল
Leave A Reply

Your email address will not be published.