danewsplus.com
danewsplus.com

পুনৰ জম্মু-কাশ্মীৰত শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ

0 122

ডিজিটেল ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত বহিঃৰাজ্যৰ শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ এইবাৰ বান্দিপোৰাত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে বিহাৰৰ এজন শ্ৰমিকে৷ নিশা বিহাৰৰ মাধেপুৰাৰ এই শ্ৰমিকজনৰ ওপৰত গুলীচালনা কৰে উগ্ৰপন্থীয়ে৷ ততাতৈয়াকৈ শ্ৰমিকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু হয়৷

Leave A Reply

Your email address will not be published.