danewsplus.com
danewsplus.com

মাংকীপক্সক লৈ কিয় উদ্বিগ্ন WHO?

0 135

ডিজিচেল ডেস্কঃ মাংকীপক্সক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী
‘গ্ল’ৱেল হেল্থ ইমাৰ্জেন্সী’ ঘোষণা WHOৰ
প্ৰতিখন দেশৰ নাগৰিকক সতৰ্ক হোৱাৰ আহ্বান
২৭খন দেশত মাংকীপক্সৰ দ্ৰুত সংক্ৰমণ
১৬ হাজাৰৰো অধিক লোক আক্ৰান্ত মাংকীপক্সত
বৰ্তমানলৈ ৫জন লোকৰ মৃত্যু এই ৰোগত
ভাৰততো মাংকীপক্সৰ সংক্ৰমণ বৃদ্ধি
কেৰালাত তিনিজন লোক আক্ৰান্ত মাংকীপক্সত

Leave A Reply

Your email address will not be published.