danewsplus.com
অভি-নীল হত্যাকাণ্ডই আজি ভৰি দিলে ৩ বছৰত ৷ কিন্তু আজিও…
২০১৮ চনৰ আজিৰ দিনটোতেই কাৰ্বি আংলঙৰ ডকমকাত এদল উন্মাদ লোকৰ নৃশংসতাৰ বলি হৈছিল গুৱাহাটীৰ ২ যুৱক৷ অভি-নীলৰ মৃত্যুৰ!-->…
শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক। আজি চূড়ান্ত হ’ব…
ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে অনিশ্চয়তাত ৰাজ্যৰ শৈক্ষিক জগত ৷ প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে পাঠদানৰ পৰা!-->…
আজি সন্ধিয়া ৫ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী…
দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে সোমবাৰে বিয়লি ৫ বজাত দেশবাসীকে সম্বোধন কৰিব। ক’ভিডৰ সংহাৰৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে!-->…
পাকিস্তানৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত নিহত ৩৩
সোমবাৰে পুৱা পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ঘোটকী জিলাত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। ফলত মৃত্যু হয় ৩৩ জনৰ আৰু আহত হয়!-->…
দেশত হ্ৰাস পাইছে ক’ভিডত আক্ৰান্ত আৰু নিহতৰ সংখ্যা
সমগ্ৰ দেশতে মহমাৰী ক’ভিডে বিভীষিকাৰ সৃষ্টি কৰিছে। চৌদিশে কেৱল মহমাৰীৰ সংহাৰ। দেশত দৈনিক লাখ লাখ লোক মহমাৰীৰ কবলত!-->…
ৰাজ্যত আজিৰে পৰা নতুন SOP
আজিৰে পৰা ৰাজ্যত বলৱৎ নতুন SOP । পুৱা ৫ বজাৰ পৰা বলৱৎ নতুন ক'ভিড বিধি। ১৬ জুনলৈ বলৱৎ হ'ব নতুন ক'ভিড নিৰ্দেশনা।!-->…
আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩১ তম জন্ম বাৰ্ষিকী
আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ ১৩১ তম জন্ম বাৰ্ষিকী। ৰাজ্যৰ প্ৰথমগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত!-->…
Twitterক অন্তিম সতৰ্কবাণী ভাৰত চৰকাৰৰ- ‘নিয়ম…
চৰকাৰে নতুন আইটি নিয়মৰ ওপৰত মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰলৈ 'চূড়ান্ত সতৰ্কবাণী' জাৰি কৰিছে। চৰকাৰে শনিবাৰে!-->…
কেনে আছে ডাঃ সেউজ কুমাৰ সেনাপতি, GMCH-ৰ কেইখনমান বিশেষ…
কেনে আছে ডাঃ সেউজ কুমাৰ সেনাপতি। হোজাইৰ উদালিৰ এখন হাস্পতালত কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে একাংশ লোকে আক্ৰমণ!-->…
‘নাগিন’ ধাৰাবাহিকৰ অভিনেতা পাৰ্ল পুৰীক…
জনপ্ৰিয় 'নাগিন' ধাৰাবাহিকৰ অভিনেতা পাৰ্ল পুৰীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ। এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত!-->…