danewsplus.com
danewsplus.com

অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ

0 854
  • অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ
  • কৰ্মচাৰী-শিক্ষকলৈ বিশেষ ঘোষণা ৰাজ্য চৰকাৰৰ
  • সীমাহীন চিকিৎসা মূল্য প্ৰদান কৰা হ’ব শিক্ষক-কৰ্মচাৰীক
  • চৰকাৰী পেঞ্চনাৰসকলোকো সামৰি লোৱা হ’ব এই আঁচনিত
  • আঁচনিত সাঙুৰি লোৱা হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো
  • লোকসেৱা আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা
  • আঁচনি লাভ কৰিবলৈ প্ৰথমে পঞ্জীয়ন কৰিব লাগিব
  • ইতিমধ্যে আৰম্ভ হৈছে অনলাইন পঞ্জীয়নৰ কাম
  • নিজৰ-নিজৰ বিভাগত শীঘ্ৰেই খবৰ কৰক
  • প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়কৰ দৰেই কৰ্মচাৰী-শিক্ষকে লাভ কৰিব বিনামূলীয়া স্বাস্থ্য বীমা
Leave A Reply

Your email address will not be published.