danewsplus.com
danewsplus.com

দীপাৱলীত প্ৰধানমন্ত্ৰী মোদীয়ে নিবনুৱাক দিব চাকৰি

0 129

দীপাৱলীত প্ৰধানমন্ত্ৰীৰ উপহাৰ!
৭৫ হাজাৰ নিবনুৱাই পাব চাকৰি

সমাগত দীপাৱলী৷ পোহৰৰ উৎসৱতে চমক দিব প্ৰধানমন্ত্ৰীয়ে৷ দেশৰ ৭৫ হাজাৰ যুৱক-যুৱতীক দীপাৱলীৰ উপহাৰ হিচাপে প্ৰধানমন্ত্ৰীয়ে দিব চাকৰি৷

২২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ কনফাৰেন্স
বিতৰণ কৰিব ৭৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ
বিভিন্ন মন্ত্ৰ্যালয়ত দিয়া হ’ব নিযুক্ত
প্ৰতিৰক্ষা, ৰে’লৱে, ডাক, গৃহ, শ্ৰম, কৰ, বেংকত হ’ব নিযুক্তি

আন কেইবাটাও বিভাগতো নিযুক্তি দিব নিবনুৱা যুৱক-যুৱতীক৷ ২২ অক্টোবৰত ধন তেৰাছ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী অংশ ল’ব ৪ লাখ ৫০ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশৰ অনুষ্ঠানত৷ মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব এই অনুষ্ঠান৷

Leave A Reply

Your email address will not be published.