danewsplus.com
danewsplus.com

মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ পথ দুৰ্ঘটনা

0 108

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ পথ দুৰ্ঘটনা৷ নাছিক-ঔৰাংগাবাদ ৰাষ্ট্ৰীয় পথত এখন কণ্টেইনাৰ ট্ৰাকত খুন্দিয়াই পুৱা দপদপাই জ্বলিল এখন যাত্ৰীবাহী বাছ৷ মুহূৰ্ততে সৃষ্টি হ’ল হাহাকাৰময় পৰিস্থিতিৰ৷ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিল ১০ যাত্ৰীৰ৷ গুৰুতৰভাৱে আহত হ’ল ৩০জনতকৈও অধিক যাত্ৰী৷

Leave A Reply

Your email address will not be published.