danewsplus.com
danewsplus.com

৩ দিনীয়া কাৰ্যসূচীৰে কিয় গুৱাহাটীলৈ ভ্ৰমণ অমিত শ্বাহ আৰু জে পি নাড্ডাৰ?

0 109

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
বিজেপি সভাপতি জে পি নাড্ডাও আহিব গুৱাহাটীলৈ
৩ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব ২ ৰাষ্ট্ৰীয় নেতা
ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰে বৈঠকত বহিব শ্বাহ-নাড্ডা
সন্ধিয়া ৬ বজাত ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক
আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নেতা দুজনে

Leave A Reply

Your email address will not be published.