danewsplus.com
danewsplus.com

আজি ভাৰত-জিম্বাবৱেৰ তিনিখনীয়া ছিৰিজৰ অন্তিম মেচ

0 154

ডিজিটেল ডেস্কঃ আজি ভাৰত-জিম্বাবৱেৰ তিনিখনীয়া এদিনীয়া ছিৰিজৰ অন্তিম মেচ৷ হাৰাৰে স্পৰ্টছ ক্লাব গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব এই মেচ৷ ইতিমধ্যে ২-০ ব্যৱধানত ছিৰিজটোত জয়লাভ কৰি থৈছে ভাৰতে৷ আজিৰ এই অন্তিম মেচখনতো জয়লাভ কৰি জিম্বাবৱেক হোৱাইট ৱাশ্ব কৰাটোৱেই একমাত্ৰ লক্ষ্য হৈ পৰিছে টীম ইণ্ডিয়াৰ৷ আনহাতে, শান্তনাসূচক জয়ৰ আশা কৰিছে ঘৰুৱা দল জিম্বাবৱেই৷

Leave A Reply

Your email address will not be published.