danewsplus.com
danewsplus.com

কামাখ্যাত বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ

0 91

ডিজিটেল ডেস্কঃ শক্তিপীঠ কামাখ্যাত পুৱাতেই উপস্থিত বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ৷ ওপজা দিন উপলক্ষে মা কামাখ্যাৰ আশিস লয় অভিনেত্ৰীগৰাকীয়ে৷ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰে ছেলফি তুলিবলৈ হেতা-ওপৰা লগালে একাংশই৷

কটকটীয়া নিৰাপত্তাৰ মাজেৰে পূজা-অৰ্চনা কৰাৰ লগতে কামাখ্যাৰ নৈসৰ্গিক শোভা উপভোগ কৰিলে অভিনেত্ৰীগৰাকীয়ে৷

Leave A Reply

Your email address will not be published.