danewsplus.com
danewsplus.com

বৰপেটাৰ হাবি ৰাধাকুছিত পানীত পৰি শিশুৰ মৃত্যু

0 99

ডিজিটেল ডেস্কঃ বৰপেটাৰ হাবি ৰাধাকুছিত পানীত পৰি শিশুৰ মৃত্যু৷ তিনিদিন পূৰ্বে মাতৃৰ সৈতে মোমায়েকৰ ঘৰলৈ যোৱা আহমদ আলী নামৰ শিশুটিয়ে কাষৰে দ পথাৰত থকা নাৱত উঠি খেলি আছিল৷ তেতিয়াই অকস্মাৎ পানীত পৰি যায় শিশুটি৷

বহু সময় ধৰি শিশুটিক নেদেখি পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাৰ পিছত পথাৰৰ পানীৰ পৰা উদ্ধাৰ কৰে স্থানীয় লোকে৷ ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ শিশুটিক লৈ যোৱা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু ঘটে শিশুটিৰ৷

Leave A Reply

Your email address will not be published.