danewsplus.com
danewsplus.com

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত পুনৰ ৰদবদল আৰু পদোন্নতি

0 540
  • ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত পুনৰ ৰদবদল আৰু পদোন্নতি
  • খাদ্য-অসামৰিক যোগানৰ সচিব অনসূয়া দত্তবৰুৱাক পদোন্নতি
  • IASৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেডৰ লেভেল ১২লৈ পদোন্নতি
  • ভূমি সংৰক্ষণৰ সচিব ভাস্বতী দাসকো লেভেল ১২লৈ পদোন্নতি
  • সমাজ কল্যাণ-WPT & BCৰ প্ৰধান সচিব মুকেশ চাহুক বদলি
  • মহিলা আৰু শিশু বিভাগৰ প্ৰধান সচিবৰূপে চাহুক বদলি
  • সমবায়ৰ পঞ্জীয়ক তথা সমাজ কল্যাণৰ সচিবক অতিৰিক্ত দায়িত্ব
  • পাৰ্থপ্ৰতিম মজুমদাৰ হ’ব মহিলা আৰু শিশু বিভাগৰো সচিব
  • WPT & BC, বন-পৰিৱেশৰ সচিব বিনীতা পেগুক বদলি
  • ভৈয়াম জনজাতি বিভাগৰ সচিবৰূপে বিনীতা পেগুক দায়িত্ব
  • সামাজিক ন্যায়-সবলীকৰণ, বন-পৰিৱেশৰ সচিবৰো দায়িত্ব
  • বিনীতা পেগুক ষ্টেট এনকোৱেৰী অফিচাৰৰো অতিৰিক্ত দায়িত্ব
  • মাধ্যমিক শিক্ষাৰ সচিব ফজলুল হক চৌধুৰীক বদলি
  • চৌধুৰীক সামাজিক ন্যায়-সবলীকৰণৰ অতিৰিক্ত সচিবৰ দায়িত্ব
  • সমাজ কল্যাণৰ অতিৰিক্ত সচিব দেৱকুমাৰ কলিতাক বদলি
  • মহিলা আৰু শিশু বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব কলিতাক
  • WPT & BC, বড়োলেণ্ড উন্নয়নৰ সচিব দীপক চৌধুৰীক বদলি
  • দীপক চৌধুৰীক মহিলা-শিশু বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব
Leave A Reply

Your email address will not be published.