danewsplus.com
danewsplus.com

আকৌ বিতৰ্কত সাহিত্য সভা! চৰ্চাত পৰমানন্দ ৰাজবংশী

0 148
  • সাহিত্য সভাৰ নিৰ্বাচন সন্দৰ্ভত ড০ পৰমানন্দ ৰাজবংশীৰ প্ৰতিক্ৰিয়া
  • ‘নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ড০ জগদীশ পাটগিৰিয়ে’
  • সভাৰ সংবিধান অনুসৰি প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলি মন্তব্য
  • ড০ পাটগিৰিয়ে ৰাজবংশীকহে বহিষ্কাৰ কৰা বুলি প্ৰতিক্ৰিয়া
  • ড০ পাটগিৰি বহিষ্কাৰৰ সময়ত মই নাছিলোঁ : পৰমানন্দ ৰাজবংশী
  • এই বিষয়ে কনকসেন ডেকাই ভালদৰে জানিব : ড০ ৰাজবংশী
  • য়েছে দৰজী ঠংছিক হেয় নকৰিবলৈও সকীয়নি পৰমানন্দ ৰাজবংশীৰ
  • বয়সৰ দোহাই দি ঠংছিক লৈ মন্তব্য কৰিছিল ড০ পাটগিৰিয়ে
  • ইয়াৰ পাছতে এই সকীয়নি ড০ পৰমানন্দ ৰাজবংশীৰ
  • ‘পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ এনাজৰীডাল লেহুকা নকৰিব’
  • ‘ব্যক্তিস্বাৰ্থ পূৰণ কৰা এইজনেই ব্যক্তি ড০ জগদীশ পাটগিৰি’
Leave A Reply

Your email address will not be published.