danewsplus.com
danewsplus.com

বঙাইগাঁৱত পুখুৰীত সাঁতুৰিবলৈ গৈ মৃত্যু এজন কিশোৰৰ

0 150

ডিজিটেল ডেস্কঃ বঙাইগাঁৱৰ বইটামাৰীত শোকাৱহ ঘটনা। পুখুৰীত সাঁতুৰিবলৈ গৈ মৃত্যু এজন কিশোৰৰ। মৃত্যু ৰাণাধ্বজ ৰাজবংশী নামৰ কিশোৰজনৰ। বইটামাৰীৰ জলাখাতাত এই শোকাৱহ ঘটনা।

বন্ধুৰ ঘৰত আলহী খাব আহি কৰুণ মৃত্যু।ধুবুৰীৰ চাপৰত ঘৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনৰ। এই ঘটনা দেখি সম্বিৎ হেৰুৱাই চিকিৎসাধীন বন্ধু। চিকিৎসাধীন ৰাণাধ্বজৰ আৰিয়ান ৰায় নামৰ বন্ধুজন।

Leave A Reply

Your email address will not be published.