danewsplus.com
danewsplus.com

ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ প্ৰথম T-20ত ভাৰতৰ জয়

0 150

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ প্ৰথম T-20ত ভাৰতৰ জয়
প্ৰথমে বেটিং কৰি ৫০ ৰানত জয় ৰোহিত শৰ্মা বাহিনীৰ
বিস্ফোৰক বেটিঙেৰে হাৰ্ডিক পাণ্ডিয়াৰ অৰ্ধশতক
প্ৰথমে বেটিং কৰি ভাৰতৰ ৮ উইকেটত ১৯৮ ৰান
প্ৰত্যুত্তৰত ১৪৮ ৰানত ইনিংছ সমাপ্ত ইংলেণ্ডৰ
৫১ ৰান কৰি হাৰ্ডিক পাণ্ডিয়া ‘প্লেয়াৰ অব দ্য মেচ’
তিনিখনীয়া ছিৰিজত ১-০ত অগ্ৰগতি ভাৰতৰ

Leave A Reply

Your email address will not be published.