danewsplus.com
danewsplus.com

মেট্ৰিকৰ শীৰ্ষ ১০টা স্থানত ৫৫গৰাকী পৰীক্ষাৰ্থী

0 77

প্ৰথম স্থানত লখিমপুৰৰ ৰক্তোৎপল শইকীয়া
ৰক্তোৎপল শইকীয়াই লাভ কৰিছে ৫৯৭ নম্বৰ
ৰক্তোৎপল উঃ লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ ছাত্ৰ

৫৯৬ নম্বৰ লাভ কৰি ২য় স্থানত নলবাৰীৰ ভূয়সী মেধি
ভূয়সী মেধি নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী

৫৯৫ নম্বৰ লাভ কৰি ৩য় স্থানত ৩গৰাকী শিক্ষাৰ্থী
৩য় স্থান : মৃদুপৱন কলিতা, ডনবস্কো হাইস্কুল, খেৰণি
৩য় স্থান : লবীব মুজিব, ডনবস্কো HS স্কুল, ডিব্ৰুগড়
৩য় স্থান : পাৰ্থপ্ৰতিম দাস, লোহিত ডিক্ৰং HS স্কুল, বিহপুৰীয়া

৫৯৪ নম্বৰ লাভ কৰি ৪ৰ্থ স্থানত ৪গৰাকী শিক্ষাৰ্থী
৪ৰ্থ স্থান : স্বপ্নৰাজ কলিতা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা
৪ৰ্থ স্থান : স্নেহা শইকীয়া, দয়ানন্দ বিদ্যা নিকেতন, গোলাঘাট
৪ৰ্থ স্থান : সমাদৃতা শৰ্মা, ডনব’স্ক হাইস্কুল, যোৰহাট
৪ৰ্থ স্থান : অন্বেষা বৰা, ডনব’স্ক হাইস্কুল, ডুমডুমা, তিনিচুকীয়া

৫৯৩ নম্বৰ লাভ কৰি ৫ম স্থানত ৪গৰাকী শিক্ষাৰ্থী
৫ম স্থান : জুবেৰ হুছেইন, পলহাজি HS বিদ্যালয়, বৰপেটা
৫ম স্থান : প্ৰাণজিৎ বৰদলৈ, নগাঁও আঞ্চলিক হাইস্কুল, দৰং
৫ম স্থান : শ্বেহনাজ অঞ্জুম য়াছমিন, বেন গাৰ্ডেন হাইস্কুল, যোৰহাট
৫ম স্থান : ইকুইট এবট দত্ত, ছেইণ্ট মেৰিজ হাইস্কুল, উঃ লখিমপুৰ

৫৯২ নম্বৰ লাভ কৰি ৬ষ্ঠ স্থানত ২গৰাকী শিক্ষাৰ্থী
৬ষ্ঠ স্থান : বিতোপন মেধি, ছেইণ্ট ছেবাষ্টিয়ানছ হাইস্কুল, গোৱালপাৰা
৬ষ্ঠ স্থান : মূৰ্ছনা বৰ্মন, লিটল ফ্লাৱাৰ্ছ স্কুল, নলবাৰী

৫৯১ নম্বৰ লাভ কৰি ৭ম স্থানত ৬গৰাকী শিক্ষাৰ্থী
৭ম স্থান : জ্যোতিপল তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা
৭ম স্থান : শৰ্মিষ্ঠা ভাগৱতী, জৱাহৰজ্যোতি হাইস্কুল, লখিমপুৰ
৭ম স্থান : প্ৰিয়ানুজ বৰদলৈ, নিউ লুক একাডেমী, শিৱসাগৰ
৭ম স্থান : দীপশিখা বৰুৱা, ডিমৌ গাৰ্লছ হাইস্কুল, শিৱসাগৰ
৭ম স্থান : অশ্লেষা শৰ্মা, ছেইণ্ট মেৰিজ উঃ মাঃ বিদ্যালয়, গুৱাহাটী
৭ম স্থান : নিশা শৰ্মা, টি চি চৰকাৰী বালিকা উঃ মাঃ বিদ্যালয়, গুৱাহাটী

৫৯০ নম্বৰ লাভ কৰি ৮ম স্থানত ৬গৰাকী শিক্ষাৰ্থী
৮ম স্থান : হৰ্ষিত বৰ্মন, পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বৰপেটা
৮ম স্থান : অলিভিয়া বৰা, ডনব’স্ক হাইস্কুল, যোৰহাট
৮ম স্থান : ৰাজনন্দিনী বৈদ্য, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
৮ম স্থান : তেজাল আগৰৱাল, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
৮ম স্থান : উদেষ্ণা বৰদলৈ, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
৮ম স্থান : নেহা উপাধ্যায়, বৰছলা HS স্কুল, শোণিতপুৰ

৫৮৯ নম্বৰ লাভ কৰি ৯ম স্থানত ১০গৰাকী শিক্ষাৰ্থী
৯ম স্থান : ডিভাইন এ পি শৰ্মা, পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বৰপেটা
৯ম স্থান : আকাশদীপ ভূঞা , হেপী চাইল্ড ইংলিছ স্কুল, ছিপাঝাৰ, দৰং
৯ম স্থান : ধৃতিষ্মান দত্ত, ছ’ল্টব্ৰুক স্কুল, ডিব্ৰুগড়
৯ম স্থান : তবিবুল হক, আল আমিন ইছলামিক মডেল স্কুল, কামৰূপ
৯ম স্থান : পাৰ্থপ্ৰতিম বৰা, জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ, লখিমপুৰ
৯ম স্থান : বিদিশা নাথ, শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহী, মৰিগাঁও
৯ম স্থান : সৃষ্টিনন্দা কাশ্যপ, খ্ৰীষ্টজ্যোতি স্কুল, ধিং, নগাঁও
৯ম স্থান : অৰিন ভূঞা, হলী নেইম স্কুল, শিৱসাগৰ
৯ম স্থান : জ্যোতিৰ্ময় দত্ত, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, নিতাইপুখুৰী, শিৱসাগৰ
৯ম স্থান : অনসূয়া ঠাকুৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয় মডেল হাইস্কুল (ইংৰাজী শাখা)

৫৮৮ নম্বৰ লাভ কৰি ১০ম স্থানত ১৮গৰাকী শিক্ষাৰ্থী
১০ম স্থান : আলমিনা খাতুন, নৱমিলন হায়াৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা
১০ম স্থান : অনুভৱ কপিল, বঙাইগাঁও উঃ মাঃ বিদ্যালয়, বঙাইগাঁও
১০ম স্থান : বিশ্বদীপ নাথ, হলী ক্ৰছ উঃ মাঃ বিদ্যালয়, কাছাৰ
১০ম স্থান : অনন্যা ভৰদ্বাজ, লিটল ফ্লাৱাৰ উঃমাঃ বিদ্যালয়, ডিব্ৰুগড়
১০ম স্থান : এনিকংকনা গগৈ, টেঙাখাত জাতীয় বিদ্যালয়, ডিব্ৰুগড়
১০ম স্থান : অয়ন মিত্ৰ, ছেইণ্ট মেৰিজ হাইস্কুল, উঃ লখিমপুৰ
১০ম স্থান : কৌস্তভজ্যোতি নাথ, শংকৰদেৱ বিদ্যা নিকেতন, মৰিগাঁও
১০ম স্থান : উদিতি দাস, খ্ৰীষ্টজ্যোতি স্কুল, ধিং, নগাঁও
১০ম স্থান : দিব্যজ্যোতি লহকৰ, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী
১০ম স্থান : ধৃতিস্মিতা ডেকা, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী
১০ম স্থান : হিমাংশু দাস, শ্ৰী সুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ
১০ম স্থান : ৰক্তোৎপল বৰা, শ্ৰী সুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ
১০ম স্থান : কল্লোল বিশ্বাস, ছেক্ৰেড হাৰ্ট স্কুল, তেজপুৰ
১০ম স্থান : সৌৰভ বৰ্মন, অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী
১০ম স্থান : মায়ংক আগৰৱালা, নিকল’ছ হাইস্কুল, গুৱাহাটী
১০ম স্থান : জুৰিশ্মা চক্ৰৱৰ্তী, ছেইণ্ট ষ্টিফেনছ স্কুল, গুৱাহাটী
১০ম স্থান : অনুৰাগ বৰা, শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলী
১০ম স্থান : মঃ হামাদুৰ ৰহমান, ছেইণ্ট বণিফেইচ হাইস্কুল, নগাঁও

Leave A Reply

Your email address will not be published.