danewsplus.com
danewsplus.com

বিশ্ব বক্সিঙত পুনৰ উজলিল লাভলীনা বৰগোহাঁই

0 96
  • অব্যাহত আছে অসম কন্যা লাভলীনাৰ দূৰন্ত যাত্ৰা
  • বিশ্ব বক্সিঙত পুনৰ উজলিল লাভলীনা বৰগোহাঁই
  • IBA বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰথম খেলতে আঁজুৰিলে সফলতা
  • UBER CUP বেডমিণ্টনত অস্মিতা চলিহাৰ অনবদ্য প্ৰদৰ্শন
  • লাভলীনাই ধৰাশায়ী কৰিলে প্ৰাক্তন বিশ্ব চেম্পিয়ন চেন-নিয়েন-চিনক
  • ৩-২ ব্যৱধানত পৰাস্ত কৰিলে টাইৱানৰ খেলুৱৈগৰাকীক
  • টকিঅ’ অলিম্পিকতো একেগৰাকী খেলুৱৈক পৰাস্ত কৰিছিল লাভলীনাই
  • টাইৱানৰ খেলুৱৈগৰাকীক পৰাস্ত কৰি আঁজুৰিছিল ব্ৰঞ্জৰ পদক
  • IBA বিশ্ব চেম্পিয়নশ্বিপত চেন-নিয়েন-চিনক পুনৰ কৰিলে পৰাস্ত
  • IBA বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ বক্সাৰ অংকুশিতা বড়োৰ
  • প্ৰতিযোগিতাখনৰ ৬৬ কেজি শাখাত ভাগ লৈছে অংকুশিতাই
Leave A Reply

Your email address will not be published.