danewsplus.com
danewsplus.com

পুনৰ অশান্ত, অসম-মিজোৰাম সীমান্ত!

0 137

ডিজিটেল ডেস্ক:

  • কাছাৰত অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা
  • BOP নিৰ্মাণৰ বাবে যোৱা অসম আৰক্ষীক বাধা মিজো আৰক্ষীৰ
  • অসমৰ ভূমিতে BOP নিৰ্মাণ কৰাত অসম আৰক্ষীক বাধা
  • অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ ফ্ৰেন্স নগৰত এই ঘটনা
  • মিজো আৰক্ষীৰ বাধাত উভতি আহিল কাছাৰ আৰক্ষীৰ দল
  • মিজো আৰক্ষীৰ এই কাৰ্যৰ পিছতে আতংকিত সীমান্তবাসী
  • শীঘ্ৰেই BOP নিৰ্মাণৰ দাবী সীমান্তবাসী ৰাইজৰ
Leave A Reply

Your email address will not be published.