danewsplus.com
danewsplus.com

গুৱাহাটীমুখী চৰকাৰী গাড়ীত মহিলাক ধৰ্ষণৰ অপচেষ্টা

0 392

ডিজিটেল ডেস্ক:

  • গুৱাহাটীমুখী চৰকাৰী গাড়ীত মহিলাক ধৰ্ষণৰ অপচেষ্টা
  • নলবাৰীৰ পৰা অহি থকা এখন চৰকাৰী গাড়ীত এই ঘটনা
  • গাড়ী নোপোৱাত চৰকাৰী গাড়ীখনতে আহিছিল মহিলাগৰাকী
  • চৰকাৰী গাড়ীখনৰ চালকৰ আসনত আছিল এজন যুৱক
  • মাজ ৰাস্তাতে গাড়ীৰ ভিতৰত ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ
  • যুৱকজনে অজ্ঞাত স্থানলৈ নিয়াৰ পৰিকল্পনা কৰাৰো অভিযোগ
  • অভিযোগ অনুসৰি বন্ধুলৈ বাৰে বাৰে ফোন কৰিছিল যুৱকজনে
  • জালুকবাৰীত একাংশৰ তৎপৰতাত ৰক্ষা পৰিল মহিলাগৰাকী
  • AS01-DJ-6876 নম্বৰৰ চৰকাৰী গাড়ীখনত এই ঘটনা
  • জালুকবাৰীত ৰাইজে ধৰাৰ লগে লগে পলায়ন কৰে যুৱকজনে
  • নিশা আৰক্ষীৰ সহায় বিচাৰি থানাত উপস্থিত মহিলাগৰাকী
Leave A Reply

Your email address will not be published.