danewsplus.com
danewsplus.com

তামুলপুৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল বড়ো সাহিত্য সভাৰ অধিৱেশন

0 123

ডিজিটেল ডেস্ক: তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিৱেশন৷ তামুলপুৰৰ কচুবাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬১সংখ্যক অধিৱেশন৷ পুৱা আদৰণি সমিতিৰ সভাপতিয়ে উন্মোচন কৰে সভাৰ অধিৱেশনৰ তোৰণ৷

এই অধিৱেশনত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশ, ত্ৰিপুৰা আৰু নেপালৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ ৪ মে’ত ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চুবুৰীয়া দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব৷ এই অধিৱেশনক লৈ তামুলপুৰত এতিয়া উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷

Leave A Reply

Your email address will not be published.