danewsplus.com
danewsplus.com

শীঘ্ৰেই বিয়াত বহিব বলীউডদৰ দুই তাৰকা মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ

0 377

ডিজিটেল ডেস্কঃ শীঘ্ৰেই বিয়াত বহিব মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ। বলীউডৰ এই দুই তাৰকাক প্ৰেমৰ সম্পৰ্কক লৈ বহু সময়ত চিন্তা চৰ্চা চলি আছিল । শেহতীয়াকৈ দুই তাৰকাৰ বিবাহৰ খবৰ আহিছে। দম্পতীহালে দীৰ্ঘদিন ধৰি বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈ আহিছে আৰু এইবাৰ সেই সিদ্ধান্ত কাৰ্যকৰী ৰূপত প্ৰতিফলিত কৰিব।
তেওঁলোক কেৱল কৰ’নাৰ কাৰণেহে এই সিদ্ধান্তক পিছুৱাই আছিল,এতিয়া মহামাৰিৰ আতংক কিছুপৰিমাণে হ্ৰাস হোৱাৰ বাবে তেওঁলোকে বিবাহ পাশত আৱদ্ধ হোৱাৰ বাবে সাজু হৈছে।মালাইকা অৰোৰাই নিজৰ বৰ্তমানৰ সম্পৰ্ক আৰু বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ কথা কয়।লগতে দুয়োৰে বয়সৰ ব্যৱধানক লৈও মাজে মাজে নিজৰ মন্তব্য প্ৰকাশ কৰে।অৰ্জুন কাপুৰৰ বিষয়ে ক’বলৈ গ’লে, তেওঁৰ বয়স এতিয়া ৩৬ বছৰ আৰু আনহাতে মালাইকাৰ বয়স ৪৮ বছৰ।

Leave A Reply

Your email address will not be published.