danewsplus.com
danewsplus.com

কেতিয়া বিয়াত বহিব ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্ট? উত্তৰ দিলে নীতু কাপুৰে

0 254

ডিজিটেল ডেস্কঃ চৰ্চাত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ বিবাহ। কেতিয়া বিয়াত বহিব ৰণবীৰ আলিয়াই? দুয়োজনে দীৰ্ঘদিন ধৰি ইজনে সিজনৰ সৈতে সময় অতিবাহিত কৰি আছে। এইটো শুনিবলৈ পোৱা গৈছে যে দম্পতীহাল এপ্ৰিল মাহত বিবাহপাশত আৱদ্ধ হ’ব।

অৱশ্যে, এই বিবাহ সন্দৰ্ভত ৰণবীৰ-আলিয়া বা তেওঁলোকৰ দুয়োটা পৰিয়ালৰ দ্বাৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। কিন্তু শেহতীয়াকৈ, ৰণবীৰ কাপুৰৰ মাতৃ নীতু কাপুৰে বিবাহৰ সম্পৰ্কে এক প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে, তেওঁ আকাশৰ ফালে আঙুলিয়াই দেখুৱাই ইংগিত দিলে যে, সকলোবোৰ ঈশ্বৰৰ হাতত।”

Leave A Reply

Your email address will not be published.