danewsplus.com
danewsplus.com

অসমৰ যুৱ অভিনেতা ৰাজীৱ দলৈলৈ ছাইনিং ষ্টাৰ নেশ্যনেল এৱাৰ্ড

0 111

ডিজিটেল ডেস্কঃ যুৱ অভিনেতা ৰাজীৱ দলৈলৈ ছাইনিং ষ্টাৰ নেশ্যনেল এৱাৰ্ড ৷ মুম্বাইৰ মাটুঙ্গাৰ খালছা কলেজত মুম্বাই উইন ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ যুৱ অভিনেতা ৰাজীৱ দলৈক প্ৰদান কৰা হয় এই বঁটা ৷ গুৱাহাটীৰ উপকণ্ঠৰ ক্ষেত্ৰীৰ টপাতলিৰ ৰাজীৱ দলৈয়ে বৰ্তমানপৰ্যন্ত বিভিন্ন ভাষাৰ ২৫খনতকৈ অধিক ছবিত অভিনয় কৰিছে ৷ ইতিমধ্যে অভিনয় তথা পৰিচালনাৰ বাবে তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ৷

Leave A Reply

Your email address will not be published.