danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰত এনকাউণ্টাৰ: নিহত ৩ সন্ত্ৰাসবাদী

0 258

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
শনিবাৰে পুৱাই পুলৱামা আৰু গাণ্ডৰবলত ভাৰতীয় আৰক্ষী-নিৰাপত্তাৰক্ষী বাহিনীৰ পৃথক দুটা অভিযানত নিহত হয় ৩টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।
তথ্য অনুসৰি, নিহত সন্ত্ৰাসবাদীকেইটাৰ এটা লস্কৰ-ই-তৈবাৰৰ সদস্য, আন দুটা সন্ত্ৰাসবাদী জেইছ-ই-মহম্মদৰ। সংঘৰ্ষত এজন পাকিস্তানী নাগৰিক নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে।

Leave A Reply

Your email address will not be published.