danewsplus.com
danewsplus.com

আহিল প্ৰথমটো ফলাফল, ৫ ৰাজ্যৰ ভিতৰতে জয়ী হ’ল প্ৰথমগৰাকী প্ৰাৰ্থী

0 128
  • পঞ্জাবৰ নিৰ্বাচনৰ প্ৰথমটো ফলাফল
  • পঞ্জাব বিজেপিৰ সভাপতি অশ্বিনী কুমাৰ শৰ্মাৰ জয়
  • পাঠানকোট সমষ্টিত জয় অশ্বিনী কুমাৰ শৰ্মাৰ
  • কংগ্ৰেছৰ অমিত বিজক পৰাস্ত কৰিলে শৰ্মাই
  • ইফালে ৰাজ্যখনত আগবাঢ়ি আছে আপৰ অধিকাংশ প্ৰাৰ্থী
  • পঞ্জাবত ১১৭খন আসনৰ বাবে ভোটগণনা
  • পঞ্জাবৰ নিৰ্বাচনত ১৩০৪গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
  • পঞ্জাবত আম আদমী পাৰ্টীৰ চমকপ্ৰদ উত্থান
  • কংগ্ৰেছক ক্ষমতাচ্যুত কৰাৰ দিশে আপ
  • পঞ্জাবত আপৰ কৰ্মকৰ্তাৰ আনন্দ-উল্লাস
  • পঞ্জাবত মেজিক নম্বৰ অতিক্ৰম কৰিছে আপে
Leave A Reply

Your email address will not be published.