danewsplus.com
danewsplus.com

পঞ্জাবত AAPৰ উত্থানত ধূলিস্যাৎ কংগ্ৰেছ, আকালি দল, বিজেপি

0 360
  • পঞ্জাবত ক্ষমতা দখলৰ দিশে AAP
  • AAPৰ উত্থানত ধূলিস্যাৎ কংগ্ৰেছ, আকালি দল, বিজেপি
  • পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নি পৰাস্ত
  • দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল চন্নিয়ে
  • দুয়োটা সমষ্টিতে AAPৰ হাতত পৰাস্ত মুখ্যমন্ত্ৰী চন্নি
  • ভদৰ আৰু চামকৌৰ চাহিদ সমষ্টিত পৰাস্ত
  • অমৃতচৰ পূব সমষ্টিত নৱজিৎ সিং সিদ্ধুও পৰাস্ত
  • AAPৰ হাতত পৰাস্ত পঞ্জাব কংগ্ৰেছৰ সভাপতিজন
  • শিৰোমণি আকালি দলৰ প্ৰধান সুখবীৰ সিং বাদলো পৰাস্ত
  • জালালাবাদৰ আপৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত বাদল
  • ধুৰি সমষ্টিৰ পৰা AAPৰ ভগৱন্ত মানৰ জয়লাভ
  • AAPৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মান
  • পঞ্জাব বিজেপিৰ সভাপতি অশ্বিনী শৰ্মাৰ জয়লাভ
  • পাঠানকোট সমষ্টিৰ পৰা জয়লাভ অশ্বিনী শৰ্মাৰ
  • কাপুৰথালা সমষ্টিৰ পৰা জয়লাভ কংগ্ৰেছৰ গুৰজিৎ সিঙৰ
  • AAPৰ মঞ্জু ৰাণাক পৰাস্ত কৰিলে ৫,৪৫৫টা ভোটত
  • পঞ্জাবত বৃহৎ ব্যৱধানত পৰাস্ত প্ৰাঃ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং
  • পাটিয়ালা সমষ্টিত ১৩ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত
  • AAPৰ প্ৰাৰ্থী অজিতপল সিং কোহলিৰ হাতত পৰাস্ত
Leave A Reply

Your email address will not be published.