danewsplus.com
danewsplus.com

ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ সেনাত যোগ দিলে এজন ভাৰতীয়ই

0 228

ডিজিটেল ডেস্কঃ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে এজন যুৱকক লৈ। সেনা বাহিনীত যোগ দিয়াৰ সপোন আছিল যুৱকজনৰ।সেনাত যোগ দিব নোৱৰাত যুৱকজন এতিয়া যুদ্ধক্ষেত্ৰত।ইউক্ৰেইনৰ হৈ পুটিন সেনাক বাধা দিয়াৰ চেষ্টা যুৱকজনৰ।তামিলনাডুৰ যুৱকজনৰ ৰণক্ষেত্ৰত থকা ফটো ভাইৰেল।তামিলনাডুৰ কয়েম্বাতুৰ যুৱকজনৰ নাম ৰবিচন্দ্ৰন।যুৱকজনক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।যুৱকজনক পৰিয়ালৰ লোকে বুজায়ো সৈমান কৰাব নোৱাৰিলে।২০১৮ চনত ইউক্ৰেইনৰ খাৰকিভ পাইছিলগৈ ৰবচন্দ্ৰন। খাৰকিভৰ নেচনেল এৰোস্পেচ ইউনিভাৰ্ছিটীত পঢ়ি আছিল যুৱকজনে?বিগত বৰ্ষৰ জুলাইত পঢ়া শেষ কৰি যোগ দিলে সেনাত।এতিয়া ইউক্ৰেইনত ‘শত্ৰু’ৰ বিৰুদ্ধে হাতত তুলি লৈছে আগ্নেয়াস্ত্ৰ।

Leave A Reply

Your email address will not be published.