danewsplus.com
danewsplus.com

খোজকাঢ়ি দেশ ভ্ৰমণ কৰাৰ লক্ষ্য দুই যুৱকৰ

0 117

ডিজিটেল ডেস্ক: খোজকাঢ়ি দেশ ভ্ৰমণ কৰি থকা ছত্তিশগড় আৰু উত্তৰ প্ৰদেশৰ দুই যুৱকে বৰ্তমান নগাঁৱৰ পৰা অৰুণাচল অভিমুখে যাত্ৰা কৰিছে৷ যোৱা বছৰ অক্টোবৰ মাহৰ পৰা সৌৰভ দেবাংগণ আৰু অজিতেশ শৰ্মা নামৰ এই যুৱক দুজনে ভ্ৰমণ কৰি আছে উত্তৰ-পূব৷

উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য ভ্ৰমণৰ পিছত দেশৰ অন্যান্য ঠাইলৈ যাত্ৰা কৰিব তেওঁলোকে৷ দেশৰ বিভিন্ন ৰাজ্যৰ ভাষা-সংস্কৃতিৰ জ্ঞান অৰ্জন কৰিব খোজে যুৱক দুজনে

Leave A Reply

Your email address will not be published.