danewsplus.com
danewsplus.com

কাজিৰঙাত উচ্ছেদ সম্পৰ্কত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিক্ৰিয়া

0 351

ডিজিটেল ডেস্ক: কাজিৰঙাত প্ৰশাসনৰ উচ্ছেদ সম্পৰ্কত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিক্ৰিয়া৷ এনিমেল কৰিডৰৰ বাবে প্ৰশাসনে চলোৱা উচ্ছেদ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক সভাই৷

গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ কাঞ্চনজুৰিত একাংশ প্ৰভাৱশালী লোকে অবৈধ নিৰ্মাণ অব্যাহত ৰাখিছে যদিও প্ৰশাসনে সাধাৰণ ৰাইজৰ ভূমিত উচ্ছেদ চলোৱাত সংগঠনটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

কাজিৰঙাৰ দক্ষিণে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ কৰিডৰ নিৰ্মাণৰ পূৰ্বে কোনো ৰাজহুৱা শুনানি গ্ৰহণ নকৰাৰো অভিযোগ কৰিছে সংগঠনটোৱে৷

Leave A Reply

Your email address will not be published.