danewsplus.com
danewsplus.com

আজি উত্তৰাখণ্ড, গোৱাত বিধানসভাৰ নিৰ্বাচন উত্তৰাখণ্ডত মুঠ ৭০টা সমষ্টিত নিৰ্বাচন

0 326

ডিজিটেল ডেস্কঃ আজি উত্তৰাখণ্ড আৰু গোৱাত বিধানসভাৰ নিৰ্বাচন ৷ এই দুই ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশত অনুষ্ঠিত হৈছি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ উত্তৰাখণ্ডত মুঠ ৭০টা সমষ্টিত, গোৱাত ৪০টা সমষ্টিত আৰু উত্তৰ প্ৰদেশত ৫৫টা সমষ্টিত চলি আছে ভোটগ্ৰহণ ৷

উত্তৰাখণ্ডত ৬৩২, গোৱাত ৩০১ আৰু উত্তৰ প্ৰদেশত ৫৮৫গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ’ব৷ বিজেপিশাসিত এই তিনিওখন ৰাজ্যতে আজি নিৰ্ণয় হ’ব ভালেকেইজন ৰথী-মহাৰথীৰ ভাগ্য ৷

Leave A Reply

Your email address will not be published.