danewsplus.com
danewsplus.com

ক’ভিড হৈছে নেকি? সোনকালে সুস্থ হ’বলৈ প্ৰতিদিনে কৰক এই কেইটা কাম

0 421

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত দেশৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে ক’ৰোণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। এই ভাইৰাছে মানৱ দেহত বিস্তৰ ক্ষতি সাধন কৰে। ক’ৰোণা হ’লে শ্বাস-প্ৰশ্বাসত অসুবিধা হয়। শৰীৰ অত্যাধিক দুৰ্বল হয়। বিশেষজ্ঞ সকলৰ মতে, এইটো এটা ৰেচপিৰেটৰি ভাইৰাছ।
কভিডৰ পৰা সোনকালে সুস্থ হৈ উঠাত ক্ষেত্ৰত প্ৰাণায়ামে যথেষ্ঠ সহায় কৰে। নিয়মিত যোগাসন কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। ক’ভিডৰ পৰা সোনকালে সুস্থ হবলৈ প্ৰতিদিনে কৰক এই কেইটা আসন
ভ্রামৰি প্রাণায়াম
এই প্ৰাণায়াম দুই হাতৰ তর্জনি, দুই কানৰ ওপৰত ৰাখি লাহে লাহে উশাহ ল’ব লাগে আৰু মুখেৰে নিশ্বাস এৰিব লাগে। এই প্রাণায়াম সদায় কৰিলে মানসিক চাপ কমে, ক্লান্তি দুৰ হয়। স্নায়ু শান্ত কৰে।
ভস্ত্রিকা প্রাণায়াম

এই আসন কৰিলে শৰীৰ সুস্থ থাকে। শ্বাসকষ্ট, হাঁপানি, চাইনাচৰ সমস্যা দুৰ কৰে। প্রচুৰ অক্সিজেন প্রাপ্ত কৰাৰ ফলত হৃদ্‌যন্ত্র আৰু মস্তিষ্ক সুস্থ থাকে।

অনুলোম-বিলোম

অন্যতম কার্যকৰী প্রাণায়াম হল অনুলোম-বিলোম। এই প্রাণায়ামটি নিয়মিত কৰিলে হৃদ্‌যন্ত্র সুস্থ থাকে।সেয়েহে শৰীৰ সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে যোগাসন কৰিব লাগে।

Leave A Reply

Your email address will not be published.