danewsplus.com
danewsplus.com

আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া

0 130

ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয়ৰ লক্ষ্যৰে আজি অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই দিবা-নৈশ দ্বিতীয়খন মেচ৷ প্ৰথমখন এদিনীয়াত সহজ জয়েৰে তিনিখনীয়া এদিনীয়া শৃংখলাত অগ্ৰগতি লাভ কৰি আত্মবিশ্বাসী হৈ আছে ভাৰত৷ দীপক হুদা, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আদি নৱাগতই এই খেলখনতো সুযোগ লাভৰ সম্ভাৱনা প্ৰৱল৷ ইফালে, দ্বিতীয়খন এদিনীয়াত জয়েৰে সমতা স্থাপনৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰিব আলহী দল ৱেষ্ট ইণ্ডিজে৷

Leave A Reply

Your email address will not be published.