danewsplus.com
danewsplus.com

কাৰ বাবে কি ভাল খবৰ আনিলে কেন্দ্ৰীয় বাজেটে?

0 360

ডিজিটেল ডেস্কঃ বিক্ষুব্ধ কৃষকক সন্তুষ্ট কৰাৰ চেষ্টা কৰাৰ প্ৰয়াস
কৃষিখণ্ডত সৰ্বাধিক গুৰুত্বৰে সীতাৰমণৰ বাজেট
নিৰ্বাচনৰ সন্মুখত ৬০ লাখ কৰ্মসংস্থাপনৰ ঘোষণা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে সদনত দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ বাজেট৷
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে বাজেট
দাম কমিব কাপোৰ আৰু চামৰাৰ সামগ্ৰীৰ
কেমিকেল, তীখা সামগ্ৰীৰো হ্ৰাস হ’ব দাম
দাম কমিল হীৰাৰ
১৮ৰ পৰা ১৫%লৈ হ্ৰাস ক’ৰ্পোৰেট কৰ
অৰ্থনৈতিক বিকাশৰ হাৰ ৯.২%ৰ আশা
বিদেশৰ পৰা অনা সামগ্ৰীৰ দাম কমিব
দাম কমিব কৃষি সামগ্ৰী, মিথানলৰ
দাম কমিব ম’বাইল ফোন, ছাৰ্জাৰৰ
অহা ৫ বছৰত ৬০ লাখক কৰ্মসংস্থাপন
বাজেটত বৈদেশিক বিনিয়োগ বৃদ্ধিৰ লক্ষ্য
‘চলিত বৰ্ষত অৰ্থনৈতিক বিকাশৰ হাৰ ৯.২% হ’ব পাৰে’
অধিক শক্তিশালী হ’ব স্বাস্থ্যখণ্ড!
এবছৰত ২৫ হাজাৰ কিঃমিঃ পথ নিৰ্মাণ
হাইৱে নিৰ্মাণত ২০ হাজাৰ কোটি টকা খৰছ কৰা হ’ব
অতি শীঘ্ৰে আহিব LICৰ IPO
আগন্তুক ৩ বছৰত ৪০০ বন্দে ভাৰত ৰে’ল
১০০টা কাৰ্গো গতিশক্তি টাৰ্মিনেল নিৰ্মাণ
দেশত আৰম্ভ হ’ব 5-G ইণ্টাৰনেট সেৱা
চলিব ৪০০ ‘বন্দে ভাৰত’ ৰে’ল
Gfx:
২০২৩ চনটো কৃষকৰ বাবে উছৰ্গিত : নিৰ্মলা সীতাৰমণ
কৃষকৰ বাবে দেশত শীঘ্ৰেই ডিজিটেল সেৱা
কেমিকেলমুক্ত জৈৱিক কৃষিত গুৰুত্ব চৰকাৰৰ
খেতিপথাৰত কীটনাশকৰ বাবে ব্যৱহাৰ কৰা হ’ব ড্ৰোণ
কৃষকৰ বাবে ৪৪,৫০৪ কোটি টকা মুকলি
কৃষকে MSPৰ জৰিয়তে পাব ২.৭ লাখ কোটি টকা

দীৰ্ঘদিনীয়া বাদ-বিবাদৰ বিষয়, নদী একত্ৰিকৰণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ৷
নদী সংযোগৰ ৫ প্ৰকল্প কাৰ্যকৰীকৰণৰ সিদ্ধান্ত
৪৪,৬০৫ কোটি টকা অনুমোদন এই প্ৰকল্পৰ বাবে
৯ লাখ হেক্টৰ ভূমিত হ’ব জলসিঞ্চন
৬৫ লাখ লোক উপকৃত হ’ব নদী সংযোগেৰে

প্ৰকল্পকেইটা-
গোদাবৰী-কৃষ্ণা, কৃষ্ণা-পেন্নাৰ, পেন্নাৰ-কাবেৰী, দমনগংগা-পিঞ্জল আৰু পাৰ-টাপি নৰ্মদা৷
ডাকঘৰসমূহ আধুনিকীকৰণত গুৰুত্ব চৰকাৰৰ৷
ডাকঘৰত উপলব্ধ হ’ব ডিজিটেল সেৱা
ডেৰলাখ ডাকঘৰক সংযোগ কৰা হ’ব বেংকৰে
ডাকঘৰসমূহ সংযোগ কৰা হ’ব বেংকৰ লগত
ৰিজাৰ্ভ বেংকৰ অধীনত আৰম্ভ হ’ব ডিজিটেল মুদ্ৰা

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে নতুন টিভি চেনেল
চৰকাৰে অচিৰেই মুকলি কৰিব ই-বিদ্যা টিভি চেনেল
প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈ আঞ্চলিক ভাষাৰ শিক্ষা

বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমণে উল্লেখ কৰে উন্নয়ন, উৎপাদন শক্তি উন্নয়নৰ স্তম্ভ৷ গতিকে লোৱা হৈছে বহু পদক্ষেপ৷ ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোপৱে’ নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত৷ ২ লাখ অংগনবাড়ী কেন্দ্ৰ উন্নয়নৰ সিদ্ধান্ত চৰকাৰৰ৷ দুখীয়া লোকৰ বাবে ৮০ লাখ গৃহ নিৰ্মাণৰ চমকপ্ৰদ ঘোষণা বাজেটত৷ জলসিঞ্চন আৰু খোৱাপানীৰ ওপৰতো দিয়া হ’ল বিশেষ গুৰুত্ব৷ মহিলা সৱলীকৰণৰ বাবে ঘোষণা হ’ল তিনিখন নতুন আঁচনি৷ ২০২২-২৩ বৰ্ষত ই-পাছপোৰ্টৰ ব্যৱস্থা৷ ক্ষুদ্ৰ চহৰক আধুনিকীকৰণৰ ব্যৱস্থা চৰকাৰৰ৷

পূৰ্বৰ দৰেই ৰখা হ’ল আয়কৰৰ কাঠাম৷ তিনি কোটি লোকৰ ঘৰলৈ পাইপেৰে পানী যোগানৰ লক্ষ্য লোৱা হৈছে৷

Leave A Reply

Your email address will not be published.