danewsplus.com
দেশত দ্ৰুতগতিত বৃদ্ধি হৈছে ক’ভিড সংক্ৰমণ
- ভাৰতত ক’ভিডৰ দৈনিক সংক্ৰমণ বৃদ্ধি
- ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ২,৬৮,৮৩৩জন
- ২৪ ঘণ্টাত মৃত্যু ৪০২গৰাকীৰ, আৰোগ্য ১,২২,৬৮৪
- দেশত পজিটিভিটীৰ হাৰ ১৬.৬৬ শতাংশ
- উদ্বেগজনকভাৱে বৃদ্ধি অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা
- এদিনত অ’মিনক্ৰত আক্ৰান্তৰ সংখ্যা ৬,০৪১
- দৈনিক সংক্ৰমণৰ শীৰ্ষত মহাৰাষ্ট্ৰ
- দ্বিতীয় স্থানত নতুন দিল্লী