danewsplus.com
danewsplus.com

ক’ভিডেৰে আৰম্ভণি আৰু ক’ভিডেৰে সামৰণি সৌৰভ গাংগুলীৰ ২০২১ চন

0 137

ডিজিটেল ডেস্কঃ বিচিচিআই ৰ সভাপতি সৌৰভ গাংগুলী পুনৰ আক্ৰান্ত হৈছে ক’ভিড ১৯ত। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে এই কথা । উল্লখ্য যে, ক’ভিড ১৯ৰ দুয়োটা প্ৰতিষেধক লোৱাৰ পাছতো গাংগুলী দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হয় ক’ভিড ১৯ত। ৪৯ বছৰ বয়সীয়া ভাৰতৰ প্ৰাক্তন অধিনায়ক গৰাকীক ২৭ ডিচেম্বৰত কলকাতাৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু তাতেই তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰে। বৰ্তমান তেওঁক হস্পিটেলৰ জৰুৰীকালিন কক্ষত ৰখা হৈছে।

Leave A Reply

Your email address will not be published.