danewsplus.com
danewsplus.com

দিল্লীত কৰমুক্ত হ’ল “83”

0 147

ডিজিটেল ডেস্কঃ দিল্লীত চৰকাৰে ৰণবীৰ সিংহ আৰু দীপিকা পাডুকনৰ আহিবলগীয়া ছবি “83” ৰ বাবে দিল্লীত কৰমুক্ত ঘোষণা কৰিছে। কপিল দেৱৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে ১৯৮৩ বিশ্ব কাপ জয় কৰাৰ আধাৰত নিৰ্মিত এই ছবিখনে ২৪ ডিচেম্বৰত মুক্তি লাভ কৰিব। উল্লেখযোগ্য যে, এই ছবিত ৰণবীৰ সিংহে কপিল দেৱৰ ভূমিকাত অভিনয় কৰাৰ বিপৰীতে দীপিকাই তেওঁৰ পত্নী ৰোমিৰ ভূমিকাত অভিনয় কৰা দেখিবলৈ পোৱা যাব।

Leave A Reply

Your email address will not be published.