danewsplus.com
danewsplus.com

ফিলিপিনছত সামুদ্ৰিক ধুমুহাৰ সংহাৰ, বৰ্তমান পৰ্যন্ত নিহত দুই শতাধিক লোক

0 174


ডিজিটেল ডেস্কঃ ফিলিপিনছত সামুদ্ৰিক ধুমুহাৰ সংহাৰ ৷ টাইফুন ৰায়ে এফালৰ পৰা মোহাৰি পেলালে দেশখনৰ দক্ষিণ আৰু মধ্যাঞ্চলৰ উপকুলৱৰ্তী অঞ্চল ৷ এই ধুমুহাৰ ফলত নিহতৰ সংখ্যা এতিয়া ২০০তকৈ অধিক হৈছে ৷

তিনি লাখতকৈ অধিক লোক ঘৰ-বাৰী এৰি পলায়ন কৰিছে নিৰাপদ ঠাইলৈ ৷ সন্ধানহীন হৈ আছে ৫২জন লোক ৷ আহত হৈছে ২০০তকৈও অধিক লোক ৷ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত চলাই থকা হৈছে উদ্ধাৰ অভিযান ৷

Leave A Reply

Your email address will not be published.