danewsplus.com
danewsplus.com

আজি চলিত বৰ্ষৰ অন্তিমটো সূৰ্যগ্ৰহণ

0 154

ডিজিটেল ডেস্কঃআজি দিনৰ ১০.৫৯ বজাৰ পৰা বিয়লি ৩.০৭ বজালৈকে থাকিব ২০২১বৰ্ষৰ অন্তিমটো সূৰ্যগ্ৰহণ৷ অৱশ্যে ভাৰতত দৃশ্যমান নহ’ব এই সূৰ্যগ্ৰহণ৷ এণ্টাৰ্কটিকা, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, দক্ষিণ আমেৰিকাতহে দৃশ্যমান হ’ব এই গ্ৰহণ৷ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দৃশ্যমান হ’ব আংশিক গ্ৰহণ।

Leave A Reply

Your email address will not be published.