danewsplus.com
danewsplus.com

ভাৰতত সৰ্বাধিক উপাৰ্জন কৰা অভিনেতা ছুপাৰষ্টাৰ প্ৰভাস

0 140

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা প্ৰভাসে ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেতাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে। বাহুবলিৰ বৃহৎ সফলতাৰ পিছত বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিছে তাৰকাজনে। সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে আহিবলগীয়া পৌৰাণিক চলচ্চিত্ৰ আদিপুৰুষৰ বাবে অভিনেতাজনক দিয়া হৈছে ১৫০ কোটি টকা।

চলচ্চিত্ৰ নিৰ্মাতাসকলে অভিনেতাজনৰ সৈতে বাজেটৰ ক্ষেত্ৰত বিপদাসংকা ল’বলৈ সুৰক্ষিত অনুভৱ কৰে। বলীউড তাৰকা ছলমান খান আৰু অক্ষয় কুমাৰৰ পিছতেই প্ৰভাস হৈছে যোৱা দশকত ১০০ কোটি টকাৰ অধিক পৰিশোধ কৰা তৃতীয় অভিনেতা।

Leave A Reply

Your email address will not be published.