danewsplus.com
danewsplus.com

বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানলৈ বীৰ চক্ৰ বঁটা

0 388

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানলৈ বীৰ চক্ৰ৷ আজি এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে এই সন্মান প্ৰদান কৰে বায়ুসেনা সাহসী পাইলট অভিনন্দন বৰ্তমানক৷ ২০১৯ চনত পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীৰ শিবিৰত বায়ুসেনাই চলোৱা আক্ৰমণৰ সময়ত বিমান ধ্বংস হৈ পাকিস্তানৰ হাতত বন্দী হৈছিল অভিনন্দন বৰ্তমান৷

ভালেকেইদিন ধৰি বন্দী কৰি ৰখা হৈছিল তেওঁক৷ কেন্দ্ৰৰ হেঁচাত পাকিস্তানে এই সাহসী পাইলটজনক মুক্তি দিবলৈ বাধ্য হৈছিল৷

Leave A Reply

Your email address will not be published.