danewsplus.com
danewsplus.com

আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথম মহিলা কমলা হেৰিছ

0 176

ডিজিটেল ডেস্ক: ১ ঘণ্টা ২৫ মিনিটৰ বাবে শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰে কমলা হেৰিছে।

যুক্তৰাখনৰ  ৰাষ্ট্ৰপতি জো বিডেনে শুকুৰবাৰে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছলৈ অস্থায়ীভাৱে এই  ক্ষমতা হস্তান্তৰ কৰে।বিডেনে  ৱাল্টাৰ ৰীড চিকিৎসা কেন্দ্ৰত নিয়মীয়া কলনোস্কোপী কৰিবৰ বাবে যায়। সেই বাবেই এই ক্ষমতা কমলা হেৰিছে লাভ কৰে।
হেৰিছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসৰ প্ৰথম মহিলা উপ-ৰাষ্ট্ৰপতি আৰু সৰ্বোচ্চ পদবীৰ মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে।

Leave A Reply

Your email address will not be published.