danewsplus.com
danewsplus.com

টি’চ্চালা চৰিত্ৰৰ অবিহনেই নিৰ্মাণ হ’ব ‘ব্লেক পেন্থাৰ’ৰ পৰৱৰ্তী খণ্ড

0 280


ডিজিটেল ডেস্কঃ প্ৰযোজক নেট মোৰে সংবাদ মাধ্যমৰ জৰিয়তে জনাই যে মাৰ্ভেল ছবি ‘ব্লেক পেন্থাৰ’ৰ ফ্ৰেঞ্চাইজ টি’চ্চালা চৰিত্ৰটি আৰু দেখা পোৱা নাযাব। তেখেতে জনাই যে “বৰ্তমান সময়ত আমাৰ সমুখত থকা আটাইতকৈ কঠিন পৰিস্থিতিটোৱেই হ’ল টিচ্চালা বিহীন এটা কাহিনী আগবঢ়াই নিয়া”।

এক সাংস্কৃতিক অভিনৱতাৰ সূচনা কৰা ছবি খনৰ প্ৰযোজক জনে লগতে জনাই “চ্চেদৱিকে ইমানতে থমকি যোৱাটো কেতিয়াও নিবিচাৰে, সেয়ে টি’চ্চালা চৰিত্ৰৰ অবিহনেই আমি আগবাঢ়ি যাম”।

Leave A Reply

Your email address will not be published.