danewsplus.com
danewsplus.com

যমজ সন্তানৰ মাতৃ হ’ল প্ৰীতি জিণ্টা

0 395

ডিজিটেল ডেস্ক: বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিণ্টা আৰু তেওঁৰ স্বামী জিন গুডএনাফ এতিয়া যমজ সন্তানৰ পিতৃ-মাতৃ। দম্পতীহালে পিতৃ-মাতৃ হ’বলৈ চাৰোগেচী প্ৰক্ৰিয়া বাছনি কৰিছিল।তেওঁলোকে দুয়োটা সন্তানৰ নাম ৰাখিছে জয় জিণ্টা গুডএনাফ আৰু গিয়া জিণ্টা গুডএনাফ।

এই সুখবৰ জনাই প্ৰীতি জিণ্টাই চছিয়েল মিডিয়াত লিখিছে, “Hi everyone, I wanted to share our amazing news with all of you today. Gene & I are overjoyed & our hearts are filled with so much gratitude & with so much love as we welcome our twins Jai Zinta Goodenough & Gia Zinta Goodenough into our family. We are very excited about this new phase in our lives.”

Leave A Reply

Your email address will not be published.