danewsplus.com
danewsplus.com

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব ২০২২ চনৰ টি-২০ বিশ্বকাপ

0 199

ডিজিটেল ডেস্কঃ ২০২২ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়াত। ইয়াৰ লগতে ICC য়ে ঘোষণা কৰিলে ২০২২ চনৰ টি-২০ বিশ্বকাপৰ সময়সূচী। ১৬ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ অষ্ট্ৰেলিয়াৰ সাতখন চহৰত অনুষ্ঠিত হ’ব সৰ্বমুঠ ৪৫ খন খেল।

১৩ নৱেম্বৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত খেলা হ’ব ফাইনেল। টি-২০ ২০২০ ৰ বিজয়ী অষ্ট্ৰেলিয়া আৰু ফাইনেলিষ্ট নিউজিলেণ্ডৰ লগতে আফগানিস্তান, বাংলাদেশ, ভাৰত, পাকিস্তান আৰু  দক্ষিণ আফ্ৰিকাই ইতিমধ্যেই চুপাৰ ১২ত পোনপটীয়াকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.