danewsplus.com
danewsplus.com

প্ৰথমবাৰৰ বাবে মাজুলীৰ ৰাসত দেখা যাব দিপলীনাক

0 577

ডিজিটেল ডেস্কঃ ৰাসলৈ মাজত মাত্ৰ এটা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাসৰ প্ৰস্তুতি তুংগত। ৰাসৰ প্ৰাণকেন্দ্ৰ মাজুলীতো এতিয়া সকলো ব্যস্ত। স্হানীয় লোকৰ লগতে তাৰকাসকলো ব্যস্ত হৈ পৰিছে ৰাসৰ  আখৰাত। মাজুলীৰ ৰাসত এইবাৰ প্ৰথমবাৰৰ  বাবে দেখা যাব কন্ঠশিল্পী দীপলীনা ডেকাক।

এইবাৰ কন্ঠ দিয়াৰ সলনি অভিনয়ৰ বাবেহে মাজুলীত উপস্থিত হৈছে দিপলীনা। ১৮ তাৰিখে উজনি মাজুলীৰ মিলন সংঘৰ ৰাসত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব শিল্পী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.